সম্ভাবনাৰ দুৱাৰ আৱিষ্কাৰ কৰক

অসমত বিনিয়োগ কৰক

কৌশলগত অৱস্থান, প্ৰচুৰ প্ৰাৰ্কৃতিক সম্পদ আৰু প্ৰগতিশীল নীতিৰ বাবে অসমক বিনিয়োগকাৰীসকলক সুযোগৰ দুৱাৰ আৰু উত্তৰ-পূৰ্ব ভাৰতৰ ব্যৱসায় মুকুটৰ মণি হিছাপে ধৰা হয়।

ভাৰতৰ ‘এক্ট ইষ্টঽ নীতি আৰু ভূটান, বাংলাদেশ, ম্যানমাৰৰ আৰু দক্ষিণ-পূব এছিয়াৰ মাজত কৌশলগতভাৱে নিহিত হৈ থকা অসমৰ সান্নিধ্যই শক্তিশালী বাণিজ্যিক নেটৱৰ্কৰ দুৱাৰ মুকলি কৰে।

অসম চহকী তেল, প্ৰাকৃতিক গেছ, কয়লা আৰু চাহৰ মজুতৰ বাবে বিখ্যাত। শক্তি, খনন আৰু কৃষিভিত্তিক উদ্যোগসমূহৰ উন্নতিৰ বাবে অসমে উৰ্বৰ ভূমি প্ৰদান কৰে। ৰাজপথ, ৰে’লৱে আৰু বিমানবন্দৰ সম্প্ৰসাৰণকে ধৰি ৰাজ্যখনৰ শক্তিশালী আন্তঃগাঁথনিয়ে ব্যৱসায়ীসকলৰ বাবে নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰে।

চৰকাৰী আঁচনি, কৰ ৰেহাই আৰু সুশৃংখলিত পদ্ধতিৰ জৰিয়তে অসমে বিনিয়োগকাৰীৰ বাবে ৰেড কাৰ্পেটৰ ব্যৱস্থা কৰিছে । দক্ষ স্থানীয় প্ৰতিভা আৰু উদ্ভাৱনীমূলক পদক্ষেপৰ দ্বাৰা সমৰ্থিত পৰ্যটন, তথ্য প্ৰযুক্তি আৰু উৎপাদনৰ দৰে খণ্ডসমূহত বিনিয়োগকাৰীয়ে অন্বেষণ কৰিব পাৰে।

অসমৰ মনোমোহা দৃশ্য, বৈচিত্ৰময় বন্যপ্ৰাণী আৰু সাংস্কৃতিক ঐতিহ্যয়ে, দূৰ-দূৰণিৰ পৰা পৰ্যটকক আকৰ্ষণ কৰক। আতিথ্য আৰু পৰিৱেশ পৰ্যটনত বিনিয়োগৰ সুযোগৰ বাবে এই বৃদ্ধি পোৱা পৰ্যটন উদ্যোগৰ লাভ উঠাওক।

উত্তৰ-পূবৰ ভাৰতৰ মাজমজিয়াত অসম, যঽত পৰম্পৰাই আধুনিকতাক লগ পায়, আৰু সুযোগৰ প্ৰচুৰ সম্ভাৱনা আপোনাৰ বাবে মুকলি কৰে।

img img img
shape shape shape
অসমত

বিনিয়োগৰ সুবিধাসমূহ

০১

কৌশলগত অৱস্থান

আৰু পঢ়ক

০২

প্ৰচুৰ প্ৰাকৃতিক সম্পদ

আৰু পঢ়ক

০৩

কৃষিভিত্তিক উদ্যোগ

আৰু পঢ়ক

০৪

আন্তঃগাঁথনি উন্নয়ন

আৰু পঢ়ক

০৫

চৰকাৰী প্ৰৰোচনা

আৰু পঢ়ক

০৬

পৰ্যটনৰ সম্ভাৱনা

আৰু পঢ়ক

০৭

দক্ষ কৰ্মশক্তি

আৰু পঢ়ক

০৮

ই অ’ ডি বি

আৰু পঢ়ক
service-btn সাক্ষৰতাৰ হাৰ

সাক্ষৰতাৰ হাৰ

পুৰুষ ৭৭.৮৫%, মহিলা ৬৬.২৭% (২০১১ চনৰ লোকপিয়ল অনুসৰি)

service-btn মহিলা/পুৰুষৰ অনুপাত

মহিলা/পুৰুষৰ অনুপাত

প্ৰতি ৯৫৮ গৰাকী মহিলাৰ বিপৰীতে ১০০০ পুৰুষ (২০১১ চনৰ লোকপিয়ল অনুসৰি)

service-btn জনসংখ্যাৰ আকাৰ

জনসংখ্যাৰ আকাৰ

৩.১২ ক্ৰ. (২০১১ চনৰ লোকপিয়ল অনুসৰি)

service-btn যূৱ কৰ্মশক্তি

যূৱ কৰ্মশক্তি

 

ওপৰলৈ উভতি যাওক