

ই অ’ ডি বি অসম
অসমত বিনিয়োগৰ ৰূপান্তকাৰক
ই অ’ ডি বি
ব্যৱসায় কৰাত সহজতা
অসমত "ইজ অৱ ডুইং বিজনেছ "লক্ষ্য হৈছে ৰাজ্যৰ সম্ভাৱ্য আৰু বৰ্তমানৰ ব্যৱসায়িক সমাজৰ প্ৰতি সৰ্বোত্তম সহায় আগবঢ়োৱাৰ বাবে এক মঞ্চ সৃষ্টি কৰা আৰু প্ৰযুক্তি, উদ্ভাৱন, অন্তৰ্ভুক্তি আৰু বহনক্ষমতাক উন্নয়নৰ মূল কাৰক হিচাপে ব্যৱহাৰ কৰি ৰাজ্যখনৰ সকলোৰে বাবে সমৃদ্ধিৰ দৃষ্টিভংগীক আগুৱাই লৈ জোৱা।
অসমত ইজ অৱ ডুইং বিজনেছে অৰ্থনীতিসমূহক অধিক কাৰ্যক্ষম নিয়ন্ত্ৰণৰ দিশত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ উৎসাহিত কৰে আৰু ঘৰুৱা ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীসমূহক আৰু তেওঁলোকৰ জীৱনচক্ৰত প্ৰযোজ্য নিয়মসমূহ নিৰিক্ষণ কৰে । ৰাজ্যত উদ্যোগ স্থাপনত পথ প্ৰদৰ্শন আৰু সহায়ৰ হাত চৰকাৰে আগবঢ়াই।


